Changes
From Open Educational Resources
2,864 bytes removed
, 12:02, 6 May 2018
m| Line 1: |
Line 1: |
| − | =Resources created in Assamese by the Assamese STF teachers=
| + | *Self Learning - স্ব-শিক্ষা |
| | + | *Peer Learning - সহ-শিক্ষা |
| | | | |
| − | ==Ubuntu, Files and Folders==
| + | June 2016 |
| | + | #[[Assam_stf_mathematics_workshop_june_2016 |Assam Mathematics workshops june 2016]] |
| | + | #[[Assam_stf_Technology_workshop_june_2016 |Assam Technology workshop june 2016]] |
| | + | #[[frequently_asked_questions |Frequently Asked Questions]] |
| | + | #[[Assam_useful_websites | useful websites]] |
| | | | |
| − | ==Libre Office Writer== | + | January 2016 |
| | + | #[[Resources created in Assamese by the Assamese STF teachers]] |
| | + | #[http://karnatakaeducation.org.in/KOER/en/index.php/Assam_stf_mathematics_workshop_2016 Assam Mathematics workshops] |
| | + | #[http://karnatakaeducation.org.in/KOER/en/index.php/Assam_stf_Technology_workshop_2016 Assam Technology training workshop] |
| | + | #[http://karnatakaeducation.org.in/KOER/en/index.php/Assam_STF_Maths_District_Programme_2016 Assam district training] |
| | + | #[http://tess-india.edu.in/learning-materials?course_tid=146&subject_tid=576&educational_level_tid=566 TESS India OER in Assamese] |
| | + | #[http://www.tess-india.edu.in/learning-materials?course_tid=146&subject_tid=576&educational_level_tid=566 TESS India OER in Bengali] |
| | | | |
| − | ==Geogebra==
| + | [[Category:Assam]] |
| − | GeoGebra
| |
| − | GeoGebra হল এক ধৰণৰ কম্পিউটাৰ software যাৰ সহায়ত আমি জ্যামিতি আৰু এলজেব্ৰা অতি সহজ আৰু ফলপ্ৰসু ভাবে কম্পিউটাৰৰ সহায়ত শিকিব পাৰো । ইয়াৰ সহায়ত গণিতৰ বহু জটিল জ্যামিতিক ধৰ্ম আৰু সমস্যা সমূহ অতি সুন্দৰ আৰু সৰল ভাবে শিকিব পাৰি ।
| |
| − | এতিয়া প্ৰশ্ন হল কম্পিউটাৰৰ এই নিদেশাৱ্লী প্ৰস্তুত কাৰীয়ে কিয় ইয়াৰ নামাকৰণ Geogebra ৰাখিলে ? Geo মানে হল geometry আৰু gebra মানে হল algzebra । Geogebra software ৰ সহায়ত আমি সকলো ধৰণৰ জ্যামিতিক ছবিক algzebra ৰ সমীকৰণ ৰূপত প্ৰকাশ কৰিব পাৰো । এই নিদেশাৱ্লী সহায়ত আমি একে সময়তে জ্যামিতিক ছবিক আৰু তাৰ গাণিতিক উপস্থাপন দেখা পাব পাৰো, সেয়েহে ইয়াৰ নাম ৰখা হল geogebra ।
| |
| − | Geogebra software ৰ সহায়ত আমি অকাঁ জ্যামিতিক ছবি সমূহক animate কৰিব পাৰো, লগতে কেনেকৈ কিছুমান জ্যামিতিক ছবিৰ মান্ যেনে দীঘ, কালি, পৰিধি আদিৰ মান্ dynamically কেনেকৈ সলনি হয়, পাব পাৰো ।
| |
| − | Geogebra software ক খুলিবলৈ আমি Application ত Click কৰি Education ভাগ বাছনি কৰিব লাগিব । Education ভাগত থকা geogebra ত Click কৰিলে এই software টো মুকলি হব । এই software টো এটা চাৰিচুকীয়া বাকচ আকাৰত বা খিৰিকি আকাৰত মুকলি হয় ।
| |
| − | এই চাৰিচুকীয়া বাকচত দুটা ভাগ আছে, সোঁ ফালৰ ভাগত জ্যামিতিক ছবি সমূহ দৃশ্য মান হয় আৰু বাওঁফালৰ ভাগত এই ছবিবোৰৰ গাণিতিক সমীকৰণ দৃশ্য্ মান হয়; লগতে জ্যামিতিক ছবি আকিবলৈ এডাল জ্যামিতিক সজূলিসমূহৰ বাকচ আছে ।
| |
| − | আমি এতিয়া জ্যামিতিৰ এটা উপপাদ্য্ geogebra সহায়ত উপস্থাপন কৰো ।
| |
| − | “ এটা বৃত্তৰ এটা চাপে কেন্দ্ৰত সৄষ্টি কৰা কোণ, বৃত্তটোৰ আনটো প্ৰান্তত সৄষ্টি কৰা কোণৰ দুগুণ আৰু চক্ৰীয় চতুভূজৰ বিপৰীত কোণৰ সমষ্টি ১৮০০” ।
| |
| − | ১. শ্ৰী হেম চন্দ্ৰ কলিতা, ২. শ্ৰী দেব কুমাৰ গগৈ, ৩. শ্ৰী কুন্তল চুতীয়া, ৪. শ্ৰী দিগন্ত বৰা, ৫. শ্ৰী অমৃত প্ৰতিম শাণ্ডীল্য ধেমাজি জিলা (অসম)
| |
| − | ==Freemind==
| |
| − | | |
| − | ==Public Software Posters==
| |