Changes

Jump to navigation Jump to search
2,864 bytes removed ,  12:02, 6 May 2018
m
Line 1: Line 1: −
=Resources created in Assamese by the Assamese STF teachers=
+
*Self Learning - স্ব-শিক্ষা
 +
*Peer Learning - সহ-শিক্ষা
   −
==Ubuntu, Files and Folders==
+
June 2016
 +
#[[Assam_stf_mathematics_workshop_june_2016 |Assam Mathematics workshops june 2016]]
 +
#[[Assam_stf_Technology_workshop_june_2016 |Assam Technology workshop june 2016]]
 +
#[[frequently_asked_questions  |Frequently Asked Questions]]
 +
#[[Assam_useful_websites | useful websites]]
   −
==Libre Office Writer==
+
January 2016
 +
#[[Resources created in Assamese by the Assamese STF teachers]]
 +
#[http://karnatakaeducation.org.in/KOER/en/index.php/Assam_stf_mathematics_workshop_2016 Assam Mathematics workshops]
 +
#[http://karnatakaeducation.org.in/KOER/en/index.php/Assam_stf_Technology_workshop_2016 Assam Technology training workshop]
 +
#[http://karnatakaeducation.org.in/KOER/en/index.php/Assam_STF_Maths_District_Programme_2016 Assam district training]
 +
#[http://tess-india.edu.in/learning-materials?course_tid=146&subject_tid=576&educational_level_tid=566 TESS India OER in Assamese]
 +
#[http://www.tess-india.edu.in/learning-materials?course_tid=146&subject_tid=576&educational_level_tid=566 TESS India OER in Bengali]
   −
==Geogebra==
+
[[Category:Assam]]
GeoGebra
  −
GeoGebra  হল এক ধৰণৰ কম্পিউটাৰ software যাৰ সহায়ত আমি জ্যামিতি আৰু এলজেব্ৰা অতি সহজ আৰু ফলপ্ৰসু ভাবে কম্পিউটাৰৰ সহায়ত শিকিব পাৰো ।‍ ইয়াৰ সহায়ত গণিতৰ বহু জটিল  জ্যামিতিক ধৰ্ম আৰু সমস্যা সমূহ অতি সুন্দৰ আৰু সৰল ভাবে  শিকিব পাৰি ।‍
  −
এতিয়া প্ৰশ্ন হল কম্পিউটাৰৰ এই নিদেশাৱ্লী প্ৰস্তুত কাৰীয়ে কিয় ইয়াৰ নামাকৰণ Geogebra ৰাখিলে ? Geo মানে হল  geometry আৰু  gebra মানে হল algzebra ।‍ Geogebra software ৰ সহায়ত আমি সকলো ধৰণৰ জ্যামিতিক ছবিক  algzebra ৰ সমীকৰণ ৰূপত প্ৰকাশ কৰিব পাৰো ।‍ এই  নিদেশাৱ্লী সহায়ত আমি একে সময়তে  জ্যামিতিক ছবিক আৰু তাৰ গাণিতিক উপস্থাপন দেখা পাব পাৰো, সেয়েহে ইয়াৰ নাম ৰখা হল  geogebra ।‍
  −
Geogebra  software ৰ সহায়ত আমি অকাঁ জ্যামিতিক ছবি সমূহক animate কৰিব পাৰো, লগতে কেনেকৈ কিছুমান জ্যামিতিক ছবিৰ মান্ যেনে দীঘ, কালি, পৰিধি আদিৰ মান্  dynamically কেনেকৈ সলনি হয়, পাব পাৰো  ।‍
  −
Geogebra  software ক খুলিবলৈ আমি  Application ত  Click কৰি Education ভাগ বাছনি  কৰিব লাগিব ।‍ Education ভাগত থকা geogebra ত  Click কৰিলে এই  software টো মুকলি হব ।‍ এই  software টো এটা চাৰিচুকীয়া বাকচ আকাৰত বা খিৰিকি আকাৰত মুকলি হয় ।‍
  −
এই চাৰিচুকীয়া বাকচত দুটা ভাগ আছে, সোঁ ফালৰ ভাগত জ্যামিতিক ছবি সমূহ  দৃশ্য মান হয় আৰু বাওঁফালৰ ভাগত এই ছবিবোৰৰ গাণিতিক সমীকৰণ  দৃশ্য্ মান হয়; লগতে জ্যামিতিক ছবি আকিবলৈ এডাল জ্যামিতিক  সজূলিসমূহৰ বাকচ আছে ।‍
  −
আমি এতিয়া জ্যামিতিৰ এটা উপপাদ্য্  geogebra  সহায়ত উপস্থাপন কৰো ।‍
  −
“ এটা বৃত্তৰ এটা চাপে কেন্দ্ৰত সৄষ্টি কৰা কোণ, বৃত্তটোৰ আনটো প্ৰান্তত সৄষ্টি কৰা কোণৰ দুগুণ আৰু চক্ৰীয় চতুভূজৰ বিপৰীত কোণৰ সমষ্টি ১৮০০” ।
  −
১. শ্ৰী হেম চন্দ্ৰ কলিতা, ২. শ্ৰী দেব কুমাৰ গগৈ, ৩. শ্ৰী কুন্তল চুতীয়া, ৪. শ্ৰী দিগন্ত বৰা, ৫. শ্ৰী অমৃত প্ৰতিম শাণ্ডীল্য  ধেমাজি জিলা (অসম)
  −
==Freemind==
  −
 
  −
==Public Software Posters==
 

Navigation menu